National
০ ইছৰো এৰিছে জ্যেষ্ঠ বিজ্ঞানীয়ে : আভ্যন্তৰীণ নিৰ্দেশনা জাৰি চৰকাৰৰ
LIVE ASSAM : ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানী সকলে বিচাৰিলেই কৰ্তব্যৰ পৰা অব্যাহতি লোৱা সহজ নহ’ব। ইয়াৰ বাবে ডিপাৰ্টমেণ্ট অৱ স্পেছৰ অনুমোদন বাধ্যতামূলক কৰা হৈছে।এতিয়াৰে পৰা ইছৰোত কৰ্মৰত জ্যেষ্ঠ বিজ্ঞানী সকলে এৰো বুলিয়েই নিজৰ চাকৰি এৰিব নোৱাৰিব। ... Read more
🛑সৰ্বোচ্চ ন্যায়ালয়ত নজীৰবিহীন ঘটনা
LIVE ASSAM : ০ আদালতৰ মজিয়াত অভব্য আচৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ ইতিহাসত কাহানিও নঘটা এক অবাঞ্চিত ঘটনা সংঘটিত হ’ল যোৱা ১০ জুলাইত।লক্ষ্ণৌৰ প্ৰৱল প্ৰতাপ নামৰ এজন লোকে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছিল ... Read more
মানৱ ৰূপী দানৱৰ ঘাটিত প্ৰশাসনৰ বুলডজা’ৰ
LIVE ASSAM : মানৱ ৰূপী দানৱৰ ঘাটি চাৰি হোটেলত চলিল প্ৰশাসনৰ বুলডজা’ৰ প্ৰশাসনে বুলডজা’ৰ লগাই ভাঙি চুৰ্ণবিচুৰ্ণ কৰা আপুনি দেখা এই হোটেলতে একাংশ নৰপিষাশে সংঘটিত কৰিছিল দেশ কঁপাই যোৱা নাৰকীয় কাণ্ড ৰাজস্থানৰ শ্ৰীগংগা নগৰৰ ১৩ ... Read more
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ
কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি নিউজ ডেস্ক : বিশ্বজুৰি বৃদ্ধি পোৱা অনিশ্চয়তা আৰু ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰভাৱত শক্তি সুৰক্ষা বৰ্তমানৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ সময়তে কেইৰ্ণ, বেদান্ত ... Read more
এতিয়ালৈকে অসমত ভূপতিত ৪ খনকৈ যুঁজাৰু বিমান চুইখ
LIVE ASSAM : অসমৰ আকাশমাৰ্গ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান চুখইৰ বাবে কালিকা লগা নেকি?শেহতীয়াকৈ অসমৰ কাৰ্বি আংলং জিলাত Sukhoi-30 MKI দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই এই প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত। বৃহস্পতিবাৰে যোৰহাট এয়াৰ বেছৰ ... Read more
০ দোষমুক্ত ঘোষিত অৰবিন্দ কেজৰিৱাল ০ আবেগত উচুপি উঠিল কেজৰিৱাল
অৱশেষত দোষমুক্ত ঘোষিত হ’ল অৰবিন্দ কেজৰিৱাল।দুবছৰ আগতে দেশৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ৰূপে দিল্লীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি অৰবিন্দ কেজৰিৱালক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। সেই ঘটনাতো ভাগি পৰা নাছিল কেজৰিৱাল। কিন্তু দুটা বছৰৰ অন্তত আদালতত সেই ... Read more
০ এন চি আৰ টিৰ পাঠ্যক্ৰম বিতৰ্ক ০ কেন্দ্ৰৰ চৰ্তহীন ক্ষমা ভিক্ষা
অৱশেষত চৰ্তহীন ক্ষমা প্ৰাৰ্থনা কৰিলে কেন্দ্ৰই। এন চি আৰ টিৰ পাঠ্যক্ৰমত ন্যায়িক ক্ষেত্ৰৰ দুৰ্নীতি বিষয় অন্তৰ্ভুক্ত কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাবলৈ চৰ্তহীন ক্ষমা প্ৰাৰ্থনা কৰিলে কেন্দ্ৰই। শিক্ষা মন্ত্ৰালয়ৰ হৈ কেন্দ্ৰীয় চৰকাৰে ছলিছিটৰ জেনেৰেল ... Read more
বিৰিয়ানীৰ নামত কৰ ফাঁকিৰ নতুন তথ্যদেশত প্ৰায় ৭০ হেজাৰ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ
নগাঁও, ২৬ ফেব্ৰুৱাৰী : –সুস্বাদু বিৰিয়ানীৰ চাহিদা আছে সমগ্ৰ দেশজুৰি।হোটেল, ৰেষ্টুৰাঁ তথা ফাষ্ট ফুডৰ দোকানত প্ৰায়বোৰ গ্ৰাহকেই সোৱাদ লয় এই সুস্বাদু বিৰিয়ানীৰ।কিন্তু আমি সততে খোৱা এই বিৰিয়ানীৰ জৰিয়তে দেশক প্ৰতাৰণা কৰা হৈছে প্ৰায় ৭০ হেজাৰ ... Read more
চূড়ান্ত ৰায়ৰ দিশে অভি-নীল হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া
নগাঁও, ২৬ ফেব্ৰুৱাৰী অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে। গোচৰটোৰ অভিযুক্ত সকলৰ বিৰুদ্ধে নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে। বিচাৰ প্ৰক্ৰিয়াত ইতিমধ্যেই সাক্ষ্য গ্ৰহণ, অভিযুক্তৰ ভাষ্য গ্ৰহণ, ... Read more

