Close

আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা”

নগাঁৱৰ এডিপি কলেজত চলিত বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা” প্ৰদান অনুষ্ঠান।
চলিত বৰ্ষৰ বাবে বঁটাটি প্ৰদান কৰা হয় অসমৰ সু-সন্তান আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনক।
কলেজ প্ৰেক্ষাগৃহত বঁটাটি প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ননীগোপাল মহন্তয়ে। 

বঁটা গ্ৰহণ কৰি উৎফুল্লিত বিশিষ্ট অভিনেতা গৰাকীয়ে পৃথিৱীখনৰ তুলনাত বিশ্বব্ৰহ্মাণ্ড যিমান বিশাল ঠিক একেদৰে মোৰ তুলনাত আনন্দৰাম ঢেকিয়াল ফুকনৰ ব্যক্তিত্ব সিমানেই বিশাল বুলি মন্তব্য কৰাৰ লগতে অসমৰ ৰাইজৰ তথা অসমীয়া সমাজৰ প্ৰতি আৰু অধিক দ্বায়িত্ব বৃদ্ধি  কৰিলে বুলিও সদৰি কৰে অভিনেতা আদিল হুছেইনে

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top