শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে পবিত্ৰ বৰদোৱা থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ এতিয়াৰে পৰা পিন্ধিব লাগিব জাতীয় সাজপাৰ নগাঁও, ৩ মাৰ্চ: শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে পবিত্ৰ বৰদোৱা থানত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ এতিয়াৰে ... Read more

চামগুৰি সমষ্টিৰ সংখ্যালঘু অধ্যুষিত গেৰুৱাটিৰ পৰা অচিনাকি লোক, বেদখলকাৰীক হুংকাৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ

লক্ষ্যজ্যোতি বৰা : চামগুৰি, ২ মাৰ্চ : বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই, যি অচিনাকি মানুহে ভয়ানক বিপদৰ সৃষ্টি কৰিলে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই – মন্তব্য বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ। সাংসদ ৰকিবুল হুছেইনৰ পাৰিবাৰিক ৰাজনীতিক ক্ষুৰধাৰ ... Read more

গুটখাৰ বিৰুদ্ধে জুৰীয়াত আৰক্ষী, আবকাৰীৰ অভিযান

জুৰীয়া, ২৬ ফেব্ৰুৱাৰী :বিদ্যালয়ৰ নিচেই কাষতে গুটখা,ৰজনী আদি ধপাঁত জাতীয় সামগ্ৰী বেচোঁতে সাৱধান ।বুধবাৰে গুটখা,শিখৰ আৰু ধপাঁতৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী, ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ লগতে নগাঁও আবকাৰী বিভাগে চলালে অভিযান।জুৰীয়াৰ বিভিন্ন ঠাইৰ লগতে দক্ষিণ বগৰিগুৰীৰ ... Read more

ভূমিকেন্দ্ৰীক সংঘাত : এজন নিহত

ৰূপহীহাট, ২৬ ফেব্ৰুৱাৰী :ৰূপহীহাটৰ খাটোৱালত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি ৷দুয়োপক্ষৰ সংঘাতত থিতাতে নিহত হয় এজন আৰু আহত হয় কেইবাজনো লোক ৷নিহত লোক জনৰ নাম হাতেম আলী আৰু লগতে গুৰুতৰভাৱে আহত লোক কেইজন ক্ৰমে ৰমজান আলী, ... Read more