ষষ্ঠ দিনত ভৰি দিলে ইৰাণ আক্ৰমণে : পৰমাণু ক্ষেত্ৰত আক্ৰমণৰ ভাবুকি ইৰাণৰ

LIVE ASSAM : ষষ্ঠ দিনত ভৰি দিলে ইৰাণ আক্ৰমণৰ ঘটনাই।এইছোৱা সময়ত ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ বিৰুদ্ধে প্ৰচণ্ড আক্ৰমণ অব্যাহত ৰখাৰ দৰেই সমানেই প্ৰত্যুত্তৰ দিছে ইৰাণেও।ইজৰাইলৰ ৰাজধানী চহৰ তেল আভিভকে ধৰি মধ্য প্ৰাচ্যত থকা আমেৰিকাৰ মিত্ৰ ... Read more

০ মধ্য প্ৰাচ্যত অব্যাহত ধ্বংসলীলা

০ ক্ষান্ত হোৱা নাই ইৰাণ LIVE ASSAM : ইজৰাইল আৰু আমেৰিকাক উভতি ধৰিছে ইৰাণে।ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনি নিহত হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ইৰাণ। ইয়াৰ বিপৰীতে পূৰ্ণ উদ্যমেৰে প্ৰতি আক্ৰমণ অব্যাহত ... Read more

দীঘলীয়া হ’ব পাৰে ইৰাণ যুদ্ধ : বিঘ্নিত হৈছে ভাৰতলৈ ইন্ধনৰ যোগান

LIVE ASSAM : ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাই অনন্ত কাললৈ যুদ্ধ চলাব পাৰিব।এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি যুদ্ধ চলাব পৰাকৈ আমেৰিকা অস্ত্ৰ শস্ত্ৰকে ধৰি সকলো ধৰণে সাজু।আমেৰিকা আৰু ইজৰাইলৰ ... Read more

ভাৰতৰ লগত কি সম্পৰ্ক আছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ

দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত পোৱা সুযোগৰ সদ ব্যৱহাৰ কৰি এইবাৰ আমেৰিকা আৰু ইজৰাইলে ধৰাশায়ী কৰিলে তেওঁলোকৰ প্ৰধানশত্ৰুক৷আয়াতুল্লা আল খামেইনি৷বিগত চাৰিটা দশক ধৰি ইৰাণৰ সৰ্ব ময় কৰ্তা হৈ থকা আয়াতুল্লা আল খামেইনি আছিল আমেৰিকা আৰু ইজৰাইলৰ প্ৰধান ... Read more

ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলোৱা যুদ্ধৰ ফলত বিদেশৰ মাটিত আবদ্ধ হৈ পৰিছে বহু চেলিব্ৰিটী

নগাঁও,২ মাৰ্চ : ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাই চলোৱা যুদ্ধৰ ফলত বিপদত পৰিছে দেশৰ বহু চেলিব্ৰিটি৷ ইটোৰ পিছত সিটোকৈ মিছাইল আক্ৰমণ আৰু আকস্মিক বিষ্ফোৰণত কপি উঠিছে ইৰানৰ সমীপৱৰ্ত্তী দেশসমূহ৷ একেদৰে আমেৰিকা আৰু ইজৰাইলৰ মিত্ৰ দেশ ... Read more