Breaking News
নগাঁও ৰেল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ
নগাঁও ৰেল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ । এগৰাকী নিচাসক্ত যুৱকৰ মৃতদেহ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজনৰ নাম চন্দ্ৰ মণি বুলি চিনাক্ত একাংশৰ। অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ। আনহাতে এগৰাকী মহিলাৰো মৃতদেহ উদ্ধাৰ ষ্টেচনটোত। ... Read more
ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা
নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা ৰাইজৰ দলৰ
হোলীৰ আনন্দৰ মাজতে নগাঁও চহৰত অচিনাক্ত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য
♦️হোলীৰ আনন্দৰ মাজতে নগাঁও চহৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য♦️নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ দলঙৰ তলত উদ্ধাৰ হৈছে প্ৰায় পঞ্চাশ ঊৰ্ধৰ এজন ব্যক্তিৰ মৃতদেহটো♦️পুৱা স্থানীয় লোকে কলঙত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো♦️ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো ... Read more
হোলীৰ আনন্দৰ মাজতে নগাঁৱত অঘটন : হঠাৎ হাহাকাৰ লাগিল নগাঁও বিশ্ববিদ্যালয়ত
নগাঁও, ৩ মাৰ্চ : হোলীৰ আনন্দৰ মাজতে নগাঁৱত অঘটন। হঠাৎ হাহাকাৰ লাগিল নগাঁও বিশ্ববিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল নগাঁও বিশ্ববিদ্যালয়। বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰৰ পৰা স্ফুলিংগ নিৰ্গত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । অৱশ্যে ঘটনাস্থলীত ততাতৈয়াকৈ ... Read more
নগাঁও জিলাৰ বিদেশী ন্যায়াধীকৰণ আদালতৰ কৰ্মৰত আৰক্ষীৰ জোৱানৰ মৃত্যু
♦️ নগাঁও জিলাৰ বিদেশী ন্যায়াধীকৰণ আদালতৰ কৰ্মৰত এজন আৰক্ষীৰ জোৱানৰ মৃত্যু। ♦️জুৰীয়াৰ মাহেৰীপাৰৰ আৰক্ষী জোৱানৰ নাম হ’ল আমিৰ হুছেইন। ♦️জুৰীয়া বিদেশী ন্যায়াধীকৰণ আদালতৰ কৰ্মৰত এজন আৰক্ষীৰ জোৱানৰ মৃত্যু। ♦️মৃত আৰক্ষী জোৱান জন মাহেৰীপাৰৰ আমিৰ হুছেইন। ... Read more
ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত প্ৰৱঞ্চক দীপক দাস
বহু লোকৰ পৰা দীপক দাসে প্ৰৱঞ্চনা কৰি লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ KCC লোন, চৰকাৰী চাকৰি, চৰকাৰী আচঁনিৰ নামত ধন সংগ্ৰহ হাতীবন্ধা, আমবাগান, টুবুকীজাৰণি অঞ্চলৰ অৰ্ধ শতাধিক লোকৰ পৰা ২০ পৰা ৮০ ... Read more

