বহু লোকৰ পৰা দীপক দাসে প্ৰৱঞ্চনা কৰি লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ
KCC লোন, চৰকাৰী চাকৰি, চৰকাৰী আচঁনিৰ নামত ধন সংগ্ৰহ
হাতীবন্ধা, আমবাগান, টুবুকীজাৰণি অঞ্চলৰ অৰ্ধ শতাধিক লোকৰ পৰা ২০ পৰা ৮০ হাজাৰ টকা লৈকে ধন সংগ্ৰহ কৰাৰ অভিযোগ
প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ভোক্তভোগী লোক সকলে পৃথকে পৃথকে দাখিল কৰিলে এজাহাৰ
দীৰ্ঘদিন ধৰি পলাতক হৈ থকা দীপক দাসক ৰাইজৰ এজাহাৰৰ ভিত্তিত আমবাগান আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে


wxdizhedflufpgvgiikhrldmfhewpm