হোলীৰ আনন্দৰ মাজতে নগাঁৱত অঘটন : হঠাৎ হাহাকাৰ লাগিল নগাঁও বিশ্ববিদ্যালয়ত

Share

নগাঁও, ৩ মাৰ্চ : হোলীৰ আনন্দৰ মাজতে নগাঁৱত অঘটন।

হঠাৎ হাহাকাৰ লাগিল নগাঁও বিশ্ববিদ্যালয়ত

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল নগাঁও বিশ্ববিদ্যালয়।

বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰৰ পৰা স্ফুলিংগ নিৰ্গত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ।

অৱশ্যে ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।

অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নিৰ্বাপন কৰাত ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল নগাঁও বিশ্ববিদ্যালয়

Share