হোলীৰ আনন্দৰ মাজতে নগাঁও চহৰত অচিনাক্ত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

Share

♦️হোলীৰ আনন্দৰ মাজতে নগাঁও চহৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য
♦️নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ দলঙৰ তলত উদ্ধাৰ হৈছে প্ৰায় পঞ্চাশ ঊৰ্ধৰ এজন ব্যক্তিৰ মৃতদেহটো
♦️পুৱা স্থানীয় লোকে কলঙত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো
♦️ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে

Share