♦️ নগাঁও জিলাৰ বিদেশী ন্যায়াধীকৰণ আদালতৰ কৰ্মৰত এজন আৰক্ষীৰ জোৱানৰ মৃত্যু।
♦️জুৰীয়াৰ মাহেৰীপাৰৰ আৰক্ষী জোৱানৰ নাম হ’ল আমিৰ হুছেইন।
♦️জুৰীয়া বিদেশী ন্যায়াধীকৰণ আদালতৰ কৰ্মৰত এজন আৰক্ষীৰ জোৱানৰ মৃত্যু।
♦️মৃত আৰক্ষী জোৱান জন মাহেৰীপাৰৰ আমিৰ হুছেইন।
♦️যোৱা নিশা নিজ বাসগৃহত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জুৰীয়া আৰক্ষী জোৱান জন।
♦️ উল্লেখযোগ্য যে মৃত আমিৰ হুছেইন দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল।
♦️আজি দিনৰ ১১বজাত নগাঁও আৰক্ষীয়ে জুৰীয়া আৰক্ষী থানাত বিভাগীয় নিয়ম অনুসৰি আমিৰ হুছেইনৰ মৃতদেহক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

