গুটখাৰ বিৰুদ্ধে জুৰীয়াত আৰক্ষী, আবকাৰীৰ অভিযান

Share

জুৰীয়া, ২৬ ফেব্ৰুৱাৰী :
বিদ্যালয়ৰ নিচেই কাষতে গুটখা,ৰজনী আদি ধপাঁত জাতীয় সামগ্ৰী বেচোঁতে সাৱধান ।
বুধবাৰে গুটখা,শিখৰ আৰু ধপাঁতৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী, ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ লগতে নগাঁও আবকাৰী বিভাগে চলালে অভিযান।
জুৰীয়াৰ বিভিন্ন ঠাইৰ লগতে দক্ষিণ বগৰিগুৰীৰ গেলামাল দোকান সমূহতো চলাই তালাচী অভিযান
অভিযানত জব্দ কৰিলে বুজন পৰিমাণৰ শিখৰ,গুটখা, ৰজনী আৰু পান মছলা জাতীয় বিভিন্ন সমগ্ৰী।

Share

Leave a Comment