নগাঁও ৰেল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ

Share

নগাঁও ৰেল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ । এগৰাকী নিচাসক্ত যুৱকৰ মৃতদেহ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজনৰ নাম চন্দ্ৰ মণি বুলি চিনাক্ত একাংশৰ।

অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ।

আনহাতে এগৰাকী মহিলাৰো মৃতদেহ উদ্ধাৰ ষ্টেচনটোত।

পুৱা শিলঘাট-গুৱাহাটী এক্সপ্ৰেছৰ পৰা কোনো লোকে নমাই থৈ গৈছিল মহিলাগৰাকীক।

তাৰ পিছতেই ষ্টেচনতেই মৃত্যু হয় মহিলাগৰাকীৰ।

এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মহিলা গৰাকীৰ পৰিচয়।

আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ

Share